Soon moni.Snake Saver

Soon moni.Snake Saver music video.comedy video. snake video...
(1)

20/09/2025

জুবিন দাৰ বিয়োগৰ দুখত ঘৰতে শুই থাকোতে শিক্ষক এজনে বিপদত পৰি ফোন কৰিলে।উপাই নাই যাব লগিয়া হ'ল।

19/09/2025

মোৰ মৰমৰ জুবিন দা আপুনি "এটি হিয়াৰ আমঠু " আপোনাক মনৰ পৰা বিদায় দিব পৰা নাই।
দাদাৰ আত্মাই চিৰশান্তি লাভ কৰক, ঔম শান্তি। 😭😭😭😭

19/09/2025

মন্দিৰত দেখা পালো 15 ডাল কিং কোবৰা সাপ. সাপ ডাল দেখা পাই বাইদেউয়ে বহুত চিয়ৰিলে।🫨🫨🐍🐍.

16/09/2025

দুৰ্ভগীয়া পৰিয়ালটিৰ গাভৰু অসুস্থ ছোৱালীজনীৰ ভৰিত নেজেৰে কোৱালে সাপে।

13/09/2025
11/09/2025

মাগুৰ ,বৰালি মাছৰ দেৱাত লাগিল এডাল বিষাক্ত সাপ। নেজত কেকোঁৰাই চেপিলে,মাখিয়ে কণি পাৰিলে😰😰😰।

বহুত চেষ্টাৰ ফলত আহিল ভাবিলো ময়ো একপি ফটো আপলোড কৰো।😀😅🤣
10/09/2025

বহুত চেষ্টাৰ ফলত আহিল ভাবিলো ময়ো একপি ফটো আপলোড কৰো।😀😅🤣

09/09/2025

এডাল কলি ফেটি সাপ দৰং জিলাৰ আলৌচৌকাৰ সৰুথেকেৰা বাৰীৰ বৰো চুবুৰীৰ পৰা উদ্ধাৰ কৰিলো।

07/09/2025

মানুহৰ ঘৰত এৰাতি কটোৱা এডাল বিষাক্ত সাপ গাতৰ ভিতৰৰ পৰা ৩টা মটৰৰ পানী মাৰি উদ্ধাৰ কৰিলো.😱😱😱

এওঁ হৈছে ফাৰুক আলি ছাৰ।মোৰ অতি মৰমৰ, ছাৰৰ পৰা মই বহুতো নজনা কথা শিকিছো আৰু মোৰ শিকিবলৈ বহুত বাকী আছে।আৰু আপোনালোক ..সতৰ্...
02/09/2025

এওঁ হৈছে ফাৰুক আলি ছাৰ।মোৰ অতি মৰমৰ, ছাৰৰ পৰা মই বহুতো নজনা কথা শিকিছো আৰু মোৰ শিকিবলৈ বহুত বাকী আছে।

আৰু আপোনালোক ..

সতৰ্ক হওঁক,সজাগ হওঁক,সাৱধান হওঁক আৰু সুস্থ থাকক।

ধন্যবাদ।

02/09/2025

ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে ১ চেকেণ্ড সময়ৰ কাৰণে ডাঙৰ অঘটন হ'ল হেতেন।😢😱☺️😁.

29/08/2025

দৰং জিলাৰ আম বাৰীৰ পৰা এডাল সাপ উদ্ধাৰ কৰিলো।

Address

Janaram Chowka
Mangaldai

Alerts

Be the first to know and let us send you an email when Soon moni.Snake Saver posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Soon moni.Snake Saver:

Share