XOTEZ সতেজ

XOTEZ সতেজ কৃষি পাম,,লোকেল মূর্গী, ব্ৰইলাৰ, ক্রইলাৰ

Todayz specialবৰালী মাছ আৰু ঔটেঙা৷     #ঘৰুৱা_এসাজ  #থলুৱা  #সুস্বাদু  #সুস্বাদু
29/05/2026

Todayz special
বৰালী মাছ আৰু ঔটেঙা৷
#ঘৰুৱা_এসাজ #থলুৱা #সুস্বাদু #সুস্বাদু

Chi ki bina Chen kaha re   #সতেজ_kitchen      #আবেলিৰ_আদ্দা
28/05/2026

Chi ki bina Chen kaha re
#সতেজ_kitchen #আবেলিৰ_আদ্দা

আপোনাৰ লগতে পৰিয়ালবৰ্গলৈ পবিত্ৰ ঈদ-উল-আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিলো । এই ত‍্যাগ আৰু বলিদানৰ উৎসৱে জীৱনলৈ শান্তি আৰু সংযম ক...
28/05/2026

আপোনাৰ লগতে পৰিয়ালবৰ্গলৈ পবিত্ৰ ঈদ-উল-আজহাৰ শুভেচ্ছা জ্ঞাপন কৰিলো । এই ত‍্যাগ আৰু বলিদানৰ উৎসৱে জীৱনলৈ শান্তি আৰু সংযম কঢ়িয়াই আনক । তাৰেই কামনাৰে 🙏——
#সতেজ_KITCHEN
#থলুৱা #সতেজ #ঘৰুৱা_এসাজ #সুস্বাদু #সুলভ

26/05/2026

সতেজ_Kitchen ৰ অন্য এক দুপৰীয়া

26/05/2026

সতেজ_Kitchen
আবেলিৰ আদ্দা৷
Chow-mein. Rool, Special Baba Roll, Fried Rice
Time till 12 Night

#সতেজ_kitchen #আবেলিৰ_আদ্দা #

26/05/2026

গ্ৰাহক যেতিয়া সন্তুষ্ট হয় তেতিয়া আমাৰ কষ্ট সাৰ্থক হোৱা যেন অনুভৱ হয়৷


25/05/2026

গোলাঘাটৰ আমাৰ নিজৰ ফাৰ্মৰ পৰা অনা ভাতকেৰেলা, তিতা কেৰেলা. কলপচলা আৰু ভোট জলকীয়া অহা কালিৰ বাবে৷ কোনো সাৰ নোহোৱাকৈ কৰা এই খেতিৰেই অহা কালিৰ সতেজ Kitchen ৰ এসাজ৷
#সতেজ_Kitchen
#ঘৰুৱা_এসাজ

24/05/2026

সুখী গ্ৰাহক ৷ ধন্যবাদ বৰ্মন ডাঙৰীয়া ৷ নাম সুধিব পাহৰি গলো তাৰ বাবে দূখিত ৷

24/05/2026

সতেজৰ প্ৰতিদিনৰ বাবে বজাৰ প্ৰতিদিনে ৷ সতেজ_সুস্বাদু_সুলভ
#সতেজ_Kitchen

23/05/2026

সতেজ Kitchen
Hengerabari, Near Naba jyoti Club,Near Petrol Pump. Guwahati -36
Open @ 9 Am to 12 Night.
👉Veg Thali @59/ 👉Pork Thali@99/
👉Local Chiken Thali@149/👉Duch Thali@149/👉Muttan Thali@149/👉Fish Thali @99/
@সতেজ_Kitchen
#আবেলিৰ_আদ্দা @4 PM

25/02/2025

#সতেজ_কৃষি_পাম ৷
#ভকেল_ফৰ_লোকেল
#লোকে_কণীৰ_বেপাৰ

Address

Nabajyoti Club Tiniali Hengerabari
Golaghat
781036

Telephone

+919126313930

Website

Alerts

Be the first to know and let us send you an email when XOTEZ সতেজ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to XOTEZ সতেজ:

Share