Rongali

Rongali The festival of Creativity, Harmony & Market Creation Rongali will bring entire facets of Assam.

“Rongali – Destination, Culture, Harmony” is an attempt to showcase Assam, its cultural mosaic, rich history with its present structure of diverse social structure and to make the State a destination of importance and attraction. Rongali- Destination, Culture, Harmony aims at promoting Assam as a tourism destination and aims to build bridges. LasThe last editions organized in Guwahati were attende

d by lakhs of people and got coverage extensively in national media. The third edition of Rongali is being organized from 3rd to 5th February 2016 at Veterinary Ground, Khanpara. Way of life in terms of food, handicrafts, dance forms of various tribal areas including Bodo, Mising, Rabha, Karbi, Dimasa, etc. A large food festival showcasing ethnic foods of Assam and North East, A large exhibition of handloom & handicrafts. Aero Sports like parasailing, para gliding, etc, Trekking, boat race, and adventure sports. Plenty of tour operators are coming all over the country and abroad. With the support from Assam Tourism and Deptt of Culture Govt of Assam, Hoteliers and tour operators of Assam Rongali is driven by not-for-profit Socio Cultural Trust, Trend MMS. During Rongali, a large musical festival is organized which will likely draw the crowd from the entire North East and East India. Top rock bands of the country, top Bollywood performers, India’s famous DJs, and many big names will perform during the evening program.

আজি বিশ্ব সংগীত দিৱসত, সুৰৰে উদযাপন কৰক জীৱন!
21/06/2025

আজি বিশ্ব সংগীত দিৱসত, সুৰৰে উদযাপন কৰক জীৱন!

   fans
27/05/2025

fans

অহা ১৯, ২০, ২১ ছেপ্তেম্বৰত ছিংগাপুৰৰ বিখ্যাত চানটেক কনভেনশ্বন প্ৰদৰ্শনী চেণ্টাৰত আমাৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ চতুৰ্থ সংস্কৰণ অনুষ্ঠিত হ'ব। দক্ষিণ পূব এছিয়ান ৰাষ্ট্ৰপুঞ্জৰ মাজত ভাৰতবৰ্ষৰ গুৰুত্ব যথেষ্ঠ বাঢ়িছে। বিশ্বৰ ভিতৰত অন‍্যতম সমৃদ্ধিশালী অঞ্চল এই ৰাষ্ট্ৰপুঞ্জৰ সমষ্টি আছিয়ানত মালয়েছিয়া, লাওছ, ভিয়েটনাম, ব্ৰুনেই, ম্যানমাৰ, কম্বোদিয়া, থাইলেণ্ড, ইণ্ডোনেচিয়া, ছিংগাপুৰ আদি দেশসমূহ আছে।

ছিংগাপুৰ এখন বৃহৎ বজাৰ। তাৰ জনমুৰি আয় প্ৰায় ৮৭ হাজাৰ আমেৰিকান ডলাৰ। ভাৰততকৈ বহুগুণে বেছি। ছিংগাপুৰলৈ সকলো খাদ‍্য সামগ্ৰী বাহিৰৰ পৰা যায়, অসম তথা উত্তৰ পূবৰ খাদ্য সামগ্ৰীৰ বৃহৎ বজাৰ হ'ব পাৰে। সেই প্ৰেক্ষাপটত আমাৰ অনুষ্ঠানত উত্তৰ পূবৰ বিভিন্ন কৃষিজাত সামগ্ৰীৰ বৃহৎ প্ৰদৰ্শন হ'ব। যোৱা কিছুদিন ধৰি মই উত্তৰ পূবৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল আৰু চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকলক সাক্ষাৎ কৰিলো। ছিংগাপুৰৰ পৰাও আহিলোগৈ। উত্তৰ পূবৰ বহুকেইজন মুখ্যমন্ত্ৰী যাম বুলি কথা দিছে। ৮খন ৰাজ্যৰ পৰ্যটনৰ বৃহৎ প্ৰদৰ্শন হ'ব। আছিয়ান ১০খন দেশৰ পৰা ট্যুৰ অপাৰেটৰসকল, বহু উদ‍্যোগী আহিব, উত্তৰ পূবৰ চৰকাৰ তথা উদ‍্যোগীসকলৰ লগত বাণিজ‍্যিক সন্মিলনত ভাগ ল’ব। ছিংগাপুৰ চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকল আহিব। আবেলি সাংস্কৃতিক বৈভৱৰ বৃহৎ প্ৰদৰ্শন হ'ব। হস্তশিল্পৰ প্ৰসাৰৰ লক্ষ্যৰে ফেশ্বন শ্ব' হ'ব। মাননীয় প্ৰধানমন্ত্ৰীৰ এক্ট ইষ্ট পলিচীৰ সপোনৰে আয়োজন কৰা এই অনুষ্ঠান দক্ষিণ পূব এছিয়াত ভাৰতৰ এক সৰ্ববৃহৎ অনুষ্ঠানৰূপে বিবেচিত হ'ব। ভাৰতীয় দুতাবাস, পৰৰাষ্ট্ৰ মন্ত্ৰালয়ৰ সৌজন‍্যত আমি আয়োজন কৰা এই ঐতিহাসিক কামটোৰ বাবে সকলোৰে আৰ্শীবাদ কামনা কৰিলো।

Huge loss for Assamese Music Industry. Rest in Peace..
16/05/2025

Huge loss for Assamese Music Industry. Rest in Peace..

অতি প্ৰতিভাৱান কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ মৃত্যুত বৰ দুখ পালো। 'সৰা পাতে পাতে ফাগুন নামে', “ ৰাতি ৰাতি মোৰ সোণ”'অহাৰ দৰেই ওভতি আঁতৰি গ'লা' ইত্যাদি গায়ত্ৰীৰ বিভিন্ন গান অতি জনপ্ৰিয়। গায়ত্ৰীৰ সৈতে কাম কৰাৰ খুব হেপাঁহ আছিল, গান কৰা নহ'ল। এই প্ৰজন্মৰ এটা অতি সুন্দৰ, অতি প্ৰতিভাৱান কণ্ঠ এটা কম বয়সতে হেৰাই গল, বৰ দুখ পালো। গায়ত্ৰীৰ আত্মাই চিৰশান্তি লাভ কৰক।

03/05/2025

Strings of emotion, notes of grace—
Prabin Borah turned Rongaloi into a moment to remember.

25/04/2025

ৰঙালীৰ মঞ্চত হোজাগিৰি নৃত্য

25/04/2025

ৰঙালীৰ মঞ্চত প্ৰদৰ্শিত অপূৰ্ব শৈলীৰ মণিপুৰী নৃত্য

24/04/2025

ৰঙালীৰ মঞ্চত বড়ো নৃত্য, গুৱাহাটী বিশ্ববিদ্যালয়

23/04/2025

ৰঙালীৰ মঞ্চত মিচিংসকলৰ পৰম্পৰাগত নৃত্য

23/04/2025

ৰঙালীৰ মঞ্চত বিহু

Address

Veterinary College Field
Khanapara

Opening Hours

Monday 10am - 6pm
Tuesday 10am - 6pm
Wednesday 10am - 6pm
Thursday 10am - 6pm
Friday 10am - 6pm
Saturday 10am - 6pm

Telephone

+918402002108

Alerts

Be the first to know and let us send you an email when Rongali posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share